ৈন ৰত্ন নিৰ্মল কুমাৰ শেঠী কলা আৰু পুৰাতত্ত্ব পুৰস্কাৰ
অধ্যাপিকা মালীনী গোস্বামীৰ লাভ কৰা ৈন ৰত্ন নিৰ্মল কুমাৰ শেঠী কলা আৰু পুৰাতত্ত্ব পুৰস্কাৰৰ নথি।
পুৰস্কাৰৰ নথি
- বৰ্ষ: ২০২৫
সাহিত্য, সংস্কৃতি আৰু জৈন দৰ্শন-চর্চাৰ ক্ষেত্ৰত আগবঢ়োৱা বিশেষ অৱদানৰ স্বীকৃতি স্বৰূপে অধ্যাপিকা মালীনী গোস্বামীয়ে Jain Ratna Nirmal Kumar Sethi Kala Puraskar লাভ কৰে।
এই সন্মান 2025 চনৰ “Jain Dharowar Diwas” উপলক্ষে মুম্বাইত অনুষ্ঠিত দুদিনীয়া এক অনুষ্ঠানত প্ৰদান কৰা হয়। জৈন দৰ্শন, সাহিত্য, কলা আৰু ঐতিহ্য ৰক্ষাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকলক এই মঞ্চত সন্মানিত কৰা হয়।
জৈন সাহিত্য আৰু দৰ্শন সন্দৰ্ভত অধ্যাপিকা গোস্বামীৰ সুদীর্ঘ গৱেষণা আৰু লেখনিহে এই জাতীয় স্বীকৃতিৰ মূল ভিত্তি।