প্ৰাইড অৱ ইণ্ডিয়া এৱাৰ্
অধ্যাপিকা মালীনী গোস্বামীৰ লাভ কৰা প্ৰাইড অৱ ইণ্ডিয়া এৱাৰ্ৰ নথি।
পুৰস্কাৰৰ নথি
- বৰ্ষ: ২০১৯
জাতীয় পৰিসৰত জ্ঞানচর্চা, সংস্কৃতি আৰু জনসেৱাৰ উল্লেখযোগ্য অৱদানৰ স্বীকৃতি স্বৰূপে অধ্যাপিকা মালীনী গোস্বামীয়ে Pride of India Award লাভ কৰে।