⁠সাহিত্য অকাডেমি অনুবাদ বঁট

অধ্যাপিকা মালীনী গোস্বামীৰ লাভ কৰা ⁠সাহিত্য অকাডেমি অনুবাদ বঁটৰ নথি।

পুৰস্কাৰৰ নথি

  • বৰ্ষ: ২০০৮
Sahitya Akademi Translation Award গ্ৰহণ কৰি থকা অধ্যাপিকা মালীনী গোস্বামী

অনুবাদৰ ক্ষেত্ৰত অনন্য অৱদানৰ স্বীকৃতি স্বৰূপে অধ্যাপিকা মালীনী গোস্বামীয়ে Sahitya Akademi Translation Award লাভ কৰে।

বানভট্টৰ Harsacarita অনুবাদ কৰ্মৰ বাবে এই জাতীয় সন্মান লাভ কৰা হয়।